বৰপেটাৰোড আৰক্ষীৰ জালত তিনি IPL জুৱাৰী - IPL gamblers arrested - IPL GAMBLERS ARRESTED

🎬 Watch Now: Feature Video

thumbnail
বৰপেটাৰোড আৰক্ষীৰ জালত তিনি IPL জুৱাৰী (undefined)

By ETV Bharat Assamese Team

Published : April 7, 2024 at 2:14 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড,৭ এপ্ৰিল: বৰপেটাৰোডত আই পি এল জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে তিনিটাকৈ আই পি এলৰ বুকি আৰু জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন তিনি আই পি এল জুৱাৰী ক্ৰমে ইন্তাজ আলী পাঠান, নুৰজামাল আলী আৰু মকবুল হুছেইন বুলি জানিব পৰা গৈছে ৷

এক গোপন সুত্ৰৰ পম খেদি বৰপেটাৰোড আৰক্ষীয়ে বৰপেটা জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে শনিবাৰে নিশা বৰপেটাৰোডৰ বালাভিঠা গাঁৱৰ ইন্তাজ আলী পাঠানৰ ঘৰত অভিযান চলায় । অভিযান কালত আই পি এল জুৱাৰী কেইটাৰ পৰা এখন ডায়েৰী, ম'বাইল ফোন আৰু নগদ ১ লাখ ৬৯ হাজাৰ টকা উদ্ধাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷

জানিব পৰা মতে, ধৃত আই পি এল জুৱাৰী তিনিটাক বৰপেটাৰোড আৰক্ষী থানাত ৰাখি সোধপোচ অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে ৷  

লগতে পঢ়ক: অপৰাধ শাখাৰ আৰক্ষী জোৱানসহ নগাঁও আৰক্ষীৰ জালত ৭ জুৱাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details