চৰকাৰৰ ষড়যন্ত্ৰক ধিক্কাৰ নৱ কুমাৰ শৰণীয়াৰ - Lok Sabha Election 2024 - GSP LEADER NABA SARANIA

🎬 Watch Now: Feature Video

thumbnail
চৰকাৰৰ ষড়যন্ত্ৰক ধিক্কাৰ নৱ কুমাৰ শৰণীয়াৰ (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 6:00 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা,১০ এপ্ৰিল: ৭ মে'ত ১ নং কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ প্ৰাকক্ষণত বাতিল কৰা হয় কোকৰাঝাৰ লোকসভাৰ পৰা দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন । সকলোকে হাতযোৰ কৰি এই যুদ্ধখন আগবঢ়াই নিবলৈ আহ্বান জনাই নৱ কুমাৰ শৰণীয়াই । নৱ কুমাৰ শৰণীয়াৰ বিকল্প বি পি এফ বা ইউ পি পি এল নহয় বুলি তেওঁ উল্লেখ কৰে ।  

গতিকে সকলোকে টৰ্চ লাইটৰ ছবিত ভোটদান কৰি জি এছ পি প্ৰাৰ্থী বিনীতা ডেকাক জয়ী কৰোৱাৰ আহ্বান জনাই নৱ কুমাৰ শৰণীয়াই । লগতে শৰণীয়া-কছাৰী জনগোষ্ঠীক ভোট বৰ্জন নকৰি ভোটেৰে যুদ্ধ কৰি অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । চৰকাৰে কৰা ষড়যন্ত্ৰক তেওঁ ধিক্কাৰ দিয়ে । আনফালে প্ৰাৰ্থী বিনীতা ডেকাই সকলো ৰাইজৰ লগত বি টি আৰৰ যুঁজখন চলাই নিয়াৰ বাবে আগবাঢ়ি অহা বুলি কৈ সকলোকে টৰ্চ লাইটৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই : সাংসদ নৱ কুমাৰ শৰণীয়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details