আলাহু-আকবৰ ধ্বনি দি বনভোজকাৰী দলক আক্ৰমণ - Clash in Mangaldoi

🎬 Watch Now: Feature Video

thumbnail
আলাহু-আকবৰ ধ্বনি দি বনভোজকাৰী দলক আক্ৰমণ (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 7:08 AM IST

1 Min Read
Choose ETV Bharat

মঙলদৈ,২৭ জানুৱাৰী: মঙলদৈত চাঞ্চল্যকৰ ঘটনা । মঙলদৈৰ মোৱামাৰী ৪০ নম্বৰত বনভোজকাৰী দলক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিজন । আহত তিনিজন ক্ৰমে সঞ্জীৱ নাথ, ৰূপম শইকীয়া, আশীষ শৰ্মা, সুশান্ত দাস । ইয়াৰে সঞ্জীৱ নাথক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।  

অভিযোগ অনুসৰি আল্লাহু-আকবৰ ধ্বনি দি প্ৰায় ২০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে মঙলদৈ শান্তিপুৰৰ পৰা যোৱা ১১ জনীয়া বনভোজকাৰী দলটোক । দা, লাঠীকে আদি কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বনভোজকাৰী দলটোক । বনভোজকাৰী দলটোৰ বাহনত ৰাম আৰু হনুমানৰ ফটো সম্বলিত পতাকা থকাৰ বাবেই এনে আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী দলটোৱে । ইয়াৰোপৰি দুৰ্বৃত্তই বনভোজকাৰী দলটোৰ বহনো অনিষ্ট কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details