সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ - মৰিগাঁও মহাবিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail
কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:59 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 27 জানুৱাৰী : কৃষক আৰু কৃষি বিষয়াৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে শনিবাৰৰ পৰা তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে মৰিগাঁও মহাবিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ । উক্ত অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিবলৈ আহ্বান আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকা আৰু সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ ।

পুৱাৰ ভাগত আদৰ্শ কৃষক প্ৰতিয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰৰ মূলদ্বাৰ উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । উল্লেখ্য যে, মহাৰজত জয়ন্তী মহোৎসৱৰ ৭৪ গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে মূল পতাকা উত্তোলন কৰে বুদ্ধ কুমাৰ নাথে । শ্বহীদ তৰ্পনৰ তৰ্পকদ্বয় ক্ৰমে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সম্পাদক গোপাল হাজৰিকা আৰু আদৰণি সমিতিৰ সম্পাদক দিব্যজ্যোতি হাজৰিকা । আনহাতে আদৰণি সমিতিৰ কাৰ্যলয় দ্বাৰ উন্মোচন কৰে আদৰণি সমিতিৰ সভাপতি তথা জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই । 

লগতে পঢ়ক : অবৈধভাৱে সুৰা বিক্ৰী কৰা দোকানৰ বিৰুদ্ধে মৰিগাঁৱত অভিযান অব্যাহত প্ৰশাসনৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details