পুখুৰীত আবদ্ধ মন্ত্ৰীক উদ্ধাৰ কৰিলে জেচিবিয়ে - Temjen Imna Along trapped in pond

🎬 Watch Now: Feature Video

thumbnail
পুখুৰীত আবদ্ধ মন্ত্ৰীক উদ্ধাৰ কৰিলে জেচিবিয়ে (undefined)

By ETV Bharat Assamese Team

Published : February 10, 2024 at 2:17 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ,১০ ফেব্ৰুৱাৰী: এগৰাকী মন্ত্ৰীৰ এটা ভাইৰেল ভিডিঅ' । ভিডিঅ'টো নিজেই ভাইৰেল কৰিছে এগৰাকী মন্ত্ৰীয়ে । সামাজিক মাধ্যমত সকলোৰে পৰিচিত তেওঁ হৈছে নাগালেণ্ডৰ মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি তেমজেন ইমনা আলং । সকলো সময়তে সংবাদ মাধ্যমত হাস্যৰসৰ খোৰাক যোগাই থকা নাগালেণ্ডৰ মন্ত্ৰী তেমজেন ইমনা আলঙে সামাজিক মাধ্যমত এটা প'ষ্ট শ্বেয়াৰ কৰি কয় যে "আজ জেচিবি কা টেষ্ট থা!"  

বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে এই ভিডিঅ'টো । প্ৰকৃততে মন্ত্ৰী টেমজেনে পুখুৰীত মাছ ধৰিবলৈ নামিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ পানীৰ পৰা উঠিবলৈ নোৱাৰা হ'ল । অৱশেষত এখন জে চি বিৰ সহায়ত তেওঁক পানীৰ পৰা উঠোৱা হয় । এই লৈ তেওঁ মন্তব্য কৰে যে বৰ ভাল অভিজ্ঞতা । "ডাঙৰ মাছ হৈ গ'লো" বুলি তেওঁৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু সৰুপথাৰ শ্যাম গাঁৱৰ ৰাইজ

ABOUT THE AUTHOR

...view details