হাবাইপুৰ হায়াৰ চেকেণ্ডাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিসংগতি

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:32 PM IST

thumbnail

হোজাই, 16 ফেব্ৰুৱাৰী : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা SEBA HSLC 2024 ৷ ৰাজ্যৰ 913 টা পৰীক্ষা কেন্দ্ৰত 4 লাখ 25 হাজাৰতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ বহু নিৰাপত্তাৰ মাজেৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰে যো-জা চলাইছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ ভিতৰতে ফাদিল হৈ পৰে প্ৰশ্নকাকত ৷ কিছু কিছু ঠাইত বহু দেৰিকৈ আৰম্ভ হ’ল পৰীক্ষা ৷

হোজাইৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলঙত হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত বিসংগতি । হোজাই জিলাৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলং জিলাৰ হাবাইপুৰ হায়াৰ চেকেণ্ডাৰী স্কুলত স্কুল কৰ্তৃপক্ষই হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰায় এঘণ্টা দেৰিকৈ অনুষ্ঠিত কৰে  । পূৰ্বে নিৰ্ধাৰিত সময়ত অনুষ্ঠিত নহ’ল পৰীক্ষা ।  উক্ত বিদ্যালয়খনৰ সভাপতিৰ ভাষ্য শুনক এই প্ৰসংগত-

লগতে পঢ়ক : কাৰ ভুলৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে দুই পৰীক্ষাৰ্থীয়ে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.