ৰঙিয়াৰ হাতীখলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত গুৰু আসন প্ৰতিষ্ঠা - গুৰু আসন প্ৰতিষ্ঠা

🎬 Watch Now: Feature Video

thumbnail
গুৰু আসন প্ৰতিষ্ঠা (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:35 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, 27 জানুৱাৰী : শনিবাৰে ৰঙিয়াৰ হাতীখলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত গুৰু আসন প্ৰতিষ্ঠা কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই প্ৰতিষ্ঠা কৰে গুৰু আসনখনি । গুৰু আসন প্ৰতিষ্ঠাৰ উদ্দেশ্যে অধিৱেশনস্থলীত নাম প্ৰসংগৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানলৈ বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ৷ নাম প্ৰসংগত ভকতসকলে অংশগ্ৰহণ কৰে আৰু ভক্তপ্ৰাণ ৰাইজে আশীৰ্বাদ গ্ৰহণ কৰে ।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৩ সংখ্যক অধিৱেশনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰায় 80% কাম সম্পন্ন কৰিছে বুলি জানিবলৈ দিছে আয়োজকে । শনিবাৰে পুৱাৰ ভাগত গুৰু আসনখনি অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হয় ।

লগতে পঢ়ক : ভক্তৰ সমাৱেশেৰে উদুলি-মুদুলি ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলি থান

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details