বাঘবৰৰ মৌৰী গাঁৱত শিশু হত্যা, বকোস্থিত কিশোৰ নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ অভিযুক্তক - Barpeta news

🎬 Watch Now: Feature Video

thumbnail
বাঘবৰৰ মৌৰী গাঁৱত শিশু হত্যা (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 10:24 PM IST

|

Updated : January 31, 2024 at 4:13 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ৩০ জানুৱাৰী : বাঘবৰৰ মৌৰী গাঁৱৰ শিশু হত্যাৰ ঘটনা সন্দৰ্ভত বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাই উল্লেখ কৰা মতে, ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক ৷ অভিযুক্তক হত্যাকাৰী ১৮ বছৰ তলৰ ৷ জানিব পৰা মতে, অভিযুক্তক মেট্ৰিক পৰীক্ষাৰ্থী ৷

ছয় বছৰীয়া কন্যা শিশুটিক যৌন আতিশয্য চলাই হত্যা কৰিছিল অভিযুক্তই ৷ কন্যা শিশুটিক হত্যা কৰি নিজৰ ঘৰৰেই চোতালতে এটা বস্তাৰ ভিতৰত ভৰাই পেলাই থৈছিল অভিযুক্তই ৷ আৰক্ষীৰ জেৰাত এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে অভিযুক্তটোৱে ৷

আনকি আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা সজুঁলিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ অভিযুক্তৰ বিৰুদ্ধে বাঘবৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/২০১ আৰু ৬ অফ পকচো ধাৰাৰ অধীনত ০৮/ ২০২৪ নম্বৰত ৰজু কৰা হৈছে গোচৰ ৷

মঙলবাৰে বৰপেটাৰ আদালতত অভিযুক্তক হাজিৰ কৰোৱাৰ পিচত আদালতে অভিযুক্তটোক বকোস্থিত কিশোৰ নিৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বস্তাৰ ভিতৰত উদ্ধাৰ ছয় বছৰীয়া শিশুৰ মৃতদেহ

Last Updated : January 31, 2024 at 4:13 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details