আৰক্ষী নিৱেশৰ লক-আপত অভিযুক্তৰ আত্মহত্যা - Suicide at Police Lock up

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:54 PM IST

thumbnail

কলিয়াবৰ,২৬ মাৰ্চ: কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশত চাঞ্চল্যকৰ ঘটনা । আৰক্ষী নিৱেশ লক-আপত আত্মহত্যা হত্যাৰ অভিযোগত অভিযুক্তৰ । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্য়ৰ । ঘটনাক সন্দৰ্ভত জখলাবন্ধা আৰক্ষী নিৱেশত নগাঁও আৰক্ষী অধীক্ষক, চি আই ডিৰ দল, দণ্ডাধীশ আৰু ফৰেনচিকৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।  

আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি দায়িত্বত থকা কনিষ্টবল পিংকু নাথক ইতিমধ্যে নিলম্বন কৰা হৈছে । আনহাতে, দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে জিলা আয়ুক্তৰ লগতে মানৱ অধিকাৰ আয়োগলৈও ইতিমধ্যে আৰক্ষীয়ে পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে । আনহাতে ৰাজু নাথৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চটোতে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । 

লগতে পঢ়ক: জখলাবন্ধা আৰক্ষী নিৱেশৰ লক্আপত অভিযুক্তৰ আত্মহত্যা - Accused Suicide In Jakhalabandha

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.