অসম

assam

কাশিয়াবাৰীৰ ভোটগ্ৰহণ কেন্দ্ৰত ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ ভোটদান

By

Published : Oct 30, 2021, 2:14 PM IST

উপ নিৰ্বাচন উপলক্ষে শনিবাৰে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে সাব্যস্ত কৰে ভোটাধিকাৰ ৷ কোকৰাঝাৰ জিলাৰ ১,৯০,৬৪০ গৰাকী ভোটাৰ থকা ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে কাশিয়াবাৰী হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰদান কৰে ভোট ৷ ভোট প্ৰদানৰ অন্তত প্ৰাৰ্থীগৰাকীয়ে জয় নিশ্চিত বুলি দাবী কৰে ৷ উল্লেখ্য যে, গোঁসাইগাঁও বিধানসভা সমষ্টিৰ পৰা উপ নিৰ্বাচনত ৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

ABOUT THE AUTHOR

...view details