অসম

assam

বিজেপি দলক প্ৰকৃত দালাল আখ্যা সাংসদ গৌৰৱ গগৈৰ

By

Published : Sep 22, 2021, 10:12 PM IST

()
কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে মাদলৰ তালে তালে নৃত্য কৰি ভাগ ল'লে চামগুৰি বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুস্থিত এখন দলীয় কৰ্মী সভাত। প্ৰায় সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ সমাবেশ ঘটা সভাখনত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনামুখৰ হোৱা দেখা যায় দুয়ো গৰাকী কংগ্ৰেছী নেতাক । সভাখনত ভাষণ প্ৰসংগত বিজেপি দলক প্ৰকৃত দালাল আখ্যা দিলে সাংসদ গৌৰৱ গগৈয়ে ।

ABOUT THE AUTHOR

...view details