অসম

assam

হোজাইৰ প্ৰতিখন পূজা মণ্ডপত উখল-মাখল পৰিৱেশ

By

Published : Oct 12, 2021, 9:00 AM IST

হোজাই জিলাৰ প্ৰতিখন পূজা মণ্ডপতে দেখা গৈছে উখল-মাখল পৰিৱেশ । দুৰ্গা পূজা(Durga Puja) বুলিলেই এক সুকীয়া স্থান আছে হোজাইত । মহাষষ্ঠীৰ দিনাখন সম্পূৰ্ণ ক’ভিড বিধি মানি দেৱী প্ৰতিষ্ঠা কৰিছে জিলাখনৰ দূৰ্গা পূজা সমিতিসমূহে । চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details