অসম

assam

বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ অভিযন্তা

By

Published : Dec 6, 2021, 11:31 AM IST

গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত বনভোজ খাবলৈ গৈ নিখোজ এজন ব্যক্তি(Man missing in Dhansiri River)৷ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ নৈত নমা অৱস্থাতে সন্ধানহীন হয় ব্যক্তিজন । সন্ধানহীন হোৱা ব্যক্তিজনৰ নাম ৰক্তিম বৰুৱা বুলি জানিব পৰা গৈছে । নুমলীগড় তেল শোধনাগাৰত অভিযন্তা হিচাপে কৰ্মৰত আছিল ৰক্তিম বৰুৱা ৷ ইতিমধ্যে ব্যক্তিজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে গোলাঘাটৰ SDRF বাহিনীয়ে ৷

ABOUT THE AUTHOR

...view details