অসম

assam

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় এটা, কৰে এটা : আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰ

By

Published : Dec 23, 2021, 9:34 PM IST

‘‘ৰাজ্যৰ পক্ষত নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৷ ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনীতি কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় এটা, কৰে এটা’’ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে (AAMSU on Assma Chierf Minister) ৷ ধাৰাবাহিকভাৱে কাৰ্বি আংলঙত হৈ থকা উচ্ছেদ অভিযান সন্দৰ্ভত বৃহস্পতিবাৰে আমছুৰ সভাপতিগৰাকীয়ে আয়োজন কৰে এখন সংবাদমেলৰ ৷ এই সংবাদমেলতেই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে((Chief Executive Member of Karbi Anglong Autonomous Council) উচ্ছেদিত ৰাইজক বিদেশী বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷

ABOUT THE AUTHOR

...view details