অসম

assam

Jorhat Suicide Case: কলেজীয়া ছাত্ৰীৰ কুকৰ্ম; যোৰহাটত 72 বছৰীয়া বৃদ্ধৰ আত্মহত্যা

By

Published : May 6, 2023, 1:59 PM IST

যোৰহাট, 6 মে’: শৈক্ষিক আৰু সাংস্কৃতিক ৰাজধানী যোৰহাটক কালিমা সনা এগৰাকী যুৱতীক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ যোৰহাট জিলাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এগৰাকী কলেজীয়া ছাত্ৰীৰ কুকৰ্মই হতভম্ব কৰি তুলিছে যোৰহাটবাসীক ৷ এইগৰাকী যুৱতীৰ বাবেই আত্মহননৰ দৰে পথ বাছি ল’লে এগৰাকী 72 বছৰীয়া বৃদ্ধই (Jorhat Suicide Case) ৷

জানিব পৰা মতে যোৰহাটৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে গাঁৱৰে এজন প্ৰায় ৭২ বছৰীয়া বৃদ্ধৰ সৈতে চক্ৰান্তৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি গোপনে ভিডিঅ’ প্ৰস্তুত কৰে আৰু সেই ভিডিঅ’ পৰ্ণ ছাইটত আপলোড কৰে ৷ সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই শুকুৰবাৰে বিয়লি আত্মহত্যা কৰে ভুক্তভোগী ৭২ বছৰীয়া বৃদ্ধ লোকজনে (Tense Situation at Dhekial in Jorhat) ৷  

ইয়াৰ পাছতেই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে যোৰহাটৰ ঢেকীয়াল ৷ গাঁৱৰ মহিলাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাৰ ন্যায় বিচৰাৰ লগতে যুৱতীগৰাকী আৰু এই ঘটনাৰ আঁৰত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভকত আটক কৰিছে অভিযুক্ত যুৱতীগৰাকীক (72 Years old Man Suicide at Dhekial in Jorhat) ৷  

লগতে পঢ়ক:Body recovered : ভাড়া মাৰিবলৈ গৈ উভতি নাহিল পুতুল

ABOUT THE AUTHOR

...view details