অসম

assam

Road Accident at Jania: এল্ট’ K10 গাড়ীৰ খুন্দাত চিন্ন ভিন্ন হ’ল স্কুটী, আহত এজন

By

Published : Dec 22, 2022, 10:17 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Jania) সংঘটিত হয় ৷ বুধবাৰে বিয়লি এখন এল্টো K10 গাড়ীয়ে ৰখাই থোৱা এখন স্কুটীত খুন্দা মৰাত এজন লোক আহত হয় (One injured in Road Accident)৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details