অসম

assam

New liquor policy in Assam: জয়ন্ত মল্ল বৰুৱাৰ মতে সুৰাক লৈ মিছাতে কিছুমান প্ৰচাৰ চলিছে

By

Published : Nov 4, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰাজ্য চৰকাৰে আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ বিলাতী সুৰাৰ দোকান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam govt planned to open more wine shops) । সুৰা বিক্ৰীৰে ৰাজহ বৃদ্ধি কৰাৰ লগতে ৰাজ্যত চলি থকা অবৈধ মদৰ ব্যৱসায় বন্ধ কৰিবলৈ এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (New liquor policy of Assam Govt) । ইয়াৰ পাছতেই ৰাজ্যত সচেতন মহলে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে (Reaction against Assam new liquor policy)। সুৰাৰ বিপণি খুলিবলৈ অনুমতি দিয়াক লৈ চৰ্চা চলি থকা সময়তে মৰাণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, সুৰাক লৈ মিছাতে কিছুমান প্ৰচাৰ চলিছে (Jayanta Malla baruah on new liquor policy)। চৰকাৰে গাঁও অঞ্চলত কেতিয়াও সুৰাৰ বিপণি খুলিবলৈ অনুমতি দিয়া নাই । চহৰ অঞ্চলত যি বিলাক ঠাই খালী আছে, সেই ঠাই বিলাকতহে নতুন সুৰাৰ বিপণি হ'ব । এই বিষয়টো একাংশই ভুলকৈ প্ৰচাৰ কৰা বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details