অসম

assam

Drugs seized: লামডিঙ আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

By

Published : Oct 28, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

লামডিঙৰ অলিয়ে গলিয়ে এতিয়া সুলভ হৈ পৰিছে ড্ৰাগছৰ দৰে বৰবিহৰ সেৱন তথা সৰবৰাহ(Assam police raid against drugs) ৷ নিশা লামডিঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation) ৷ অভিযানত আৰক্ষীৰ জালত পৰে ব্ৰাউন চুগাৰসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী(Police seized drugs in Lamding) ৷ লামডিঙৰ গংগা পথৰ এটা বাসগৃহত অভিযান চলাই কাৰায়ত্ব কৰে চাৰিওটা সৰবৰাহকাৰীক(Drug peddler arrested) ৷ আটক কৰা চাৰিওটা সৰবৰাহকাৰী ক্ৰমে জয়দ্বীপ ওৰফে বাপ্পী, সঞ্জয় ভট্টাচাৰ্য, পিযুছ মজুমদাৰ আৰু সন্তোষ পাল বুলি জানিব পৰা গৈছে ৷ ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় ৩০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷
Last Updated :Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details