অসম

assam

Birinchi Bora as a Lachit Borphukan: নগাঁৱৰ ৰাজপথত হাতত হেংদাং লৈ লাচিত !

By

Published : Nov 24, 2022, 3:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰাজ্যজুৰি মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে (Lachit Borphukan 400 year birth anniversary) ৷ লাচিত দিৱসত নগাঁৱত লাচিতৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টিৰ নেতা বিৰিঞ্চি বৰাই (Birinchi Bora as a Lachit Borphukan)৷ বিৰিঞ্চিয়ে ৰাজপথত ঘোৰা চেঁকুৰাই চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীকো কঠোৰ সমালোচনা কৰে বিৰিঞ্চি বৰাই ( Lachit Borphukan in Nagaon_৷ এই লাচিত দিৱসত চৰকাৰৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ আহ্বান জনাই আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে শিৱৰ বেশত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আটক কৰা হৈছিল বিৰিঞ্চি বৰাক ৷
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details