অসম

assam

কিংবদন্তী কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ পূৰ্বৰ এটি সাক্ষাৎকাৰ...

By

Published : Sep 21, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

টিভিৰ কিংবদন্তী কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে বুধবাৰে ৰাতিপুৱা (21 ছেপ্টেম্বৰ) দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে (Raju Srivastav Death news) । কৌতুক অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে দেশজুৰি এক গভীৰ শোকৰ ছাঁ পেলাইছে ৷ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মাজ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে শোক । চাও আহক টেলিভিশ্যন জগতৰ কিংবদন্তী কৌতুক অভিনেতা গৰাকীৰ পূৰ্বৰ এটা বিশেষ সাক্ষাৎকাৰ ৷
Last Updated :Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details