অসম

assam

চিৰাজউদ্দিন আজমলক বিধায়ক পদ ত্যাগ কৰিবলৈ দাবী জনালে আছুই

By

Published : Apr 2, 2022, 8:45 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে অসমীয়া ভাষাক লৈ তুচ্চ্য তাচ্চিল্য কৰাক (Sirajuddin Ajmals insult to Assamese language)লৈ সৰৱ হৈ পৰিছে হোজাই জিলা ছাত্ৰ সন্থা ৷ ইয়াকেলৈ বিধায়ক গৰাকীক বিধায়ক পদৰ পৰা অব্যাহতি লবলৈয়ো দাবী জনাইছে হোজাই জিলা ছাত্ৰ সন্থাই (AASU demands resignation from MLA Sirajuddin Ajmal) ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details