তেজপুৰ,৩০ জুলাইঃ যোৱা ৮ জুলাইত বিয়লি অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ হৈ ভয়ংকৰ ভূমিস্খলন ঘটে ৷ ইয়াৰ পিছতে চেঁচা আৰু ৰুপাৰ মাজত ৬৪ কিঃ মিঃ পথত ১০০ অধিক যান বাহন,পৰ্যটকৰ বাহন আবদ্ধ হোৱাৰ পিছতে জিলা প্ৰশাসনে নিষিদ্ধ কৰিছিল যানবাহনৰ চলাচল ৷ আনহাতে জিলাখনৰ উপায়ুক্ত ডঃ সোনাল স্বৰুপে এক নিৰ্দেশনাৰ পিছতে ১১ জুলাইৰ পৰা ১৫ আগষ্টলৈকে পথটোৰে সকলো যান বাহন নিষিদ্ধ কৰে ৷ কিন্তু এই গুৰুত্বপূৰ্ণ পথটো সম্প্ৰতি কিছু ঠাইত জীৱন মৰণ পণ কৰি একাংশ পৰ্যটকৰ বাহন নিজৰ ইচ্ছামতে চলাচল কৰিবলৈ ধৰিছে ৷
20 দিনেও আগবঢ়া নাই ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ মেৰামতিৰ কাম
বৰ্তমানেও যোগাযোগ বিচ্ছিন্ন হৈ আছে ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাজেৰে যোৱা পথটো ৷ এতিয়াও আগবঢ়া নাই মেৰামতিৰ কাম ৷ একাংশ পৰ্যটকৰ বাহন নিজৰ ইচ্ছামতে চলাচল কৰিবলৈ ধৰিছে৷
20 দিনেও আগবঢ়া নাই ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ মেৰামতিৰ কাম
ইপিনে যোৱা তিনি দিন ধৰি পাহাৰীয়া জিলাখনত পুনৰ নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নৈৰ জলপ্ৰপাত বৃদ্ধি পাইছে ৷ যাৰ ফলত ভূমিস্খলনৰ ফলত কেবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে যান বাহনো ধ্বংস হয় ৷ উল্লেখ্য যে পাহাৰীয়া ৰাজ্য খনৰ ৰাজধানী ইটানগৰতো এই মাহতোৰ ভিতৰত কেবাঠাইতো ভয়াৱহ ভূমিস্খলন হৈ যান বাহন ধ্বংস হৈছে ৷
Intro:
তেজপুৰ,৩০ জুলাই : আজিও যোগাযোগ বিচিন্ন ভালুকপং-চাৰিদুৱাৰ -টাৱাং সংযোগী অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাজেৰে যোৱা পথটো ৷ এতিয়াও আগবঢ়া নাই মেৰামতিৰ অগ্ৰগতি ৷
Body:যোৱা ৮ জুলাইত বিয়লি অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰন হৈ ভয়ংকৰ ভূমিস্খলন হোৱাৰ ফলত এটা কাল্ভাট , এখন ৰেষ্ট্ৰোৰেন্ট আৰু কেইবাটাও ঘৰ নিমিষতে উটুৱাই নিছিল পাহাৰীয়া নৈৰ সোঁতে , দুজন লোক সন্ধানহীন হৈছিল ৷ ইয়াৰ পিছতে চেঁচা আৰু ৰুপাৰ মাজত ৬৪ কিঃ মিঃ পথত ১০০ অধিক যান বাহন , পৰ্যটকৰ বাহন আবদ্ধ হোৱাৰ পিছতে জিলা প্ৰশাসনে নিসিদ্ধ কৰিছিল যান বাহনৰ চলাচল ৷ আৰু ইয়াৰ পিছতে জিলাখনৰ উপায়ুক্ত ডঃ সোনাল স্বৰুপে এক নিৰ্দেশনাৰ পিছকে ১১ জুলাইৰ পৰা ১৫ আগষ্টলৈকে পথটোৰে সকলো যান বাহন নিসিদ্ধ কৰে ৷
কিন্ত এই গুৰুত্বপূৰ্ন পথটো সম্প্ৰতি কিছু ঠাইত জীৱন মৰনক পন কৰি একাংশ পৰ্যটকৰ বাহন নিজৰ ইচ্ছামতে চলাচল কৰিব ধৰিছে ৷ এই দৃশ্য সোমবাৰৰ লক্ষ্য কৰক কিদৰে বনুৱাই পথটো মুকলি আৰু মেৰামতি কৰিথকা সময়ত যান বাহন সমূহ পাৰ হৈছে ৷
অতিৰিক্ত উপায়ুক্ত এনডিও পাৰ্টিনে বি আৰ অ ক নিৰ্দেশ যাৰি কৰিছে অধিক লোকক নিয়োগ কৰি পথ মুকলি কৰিবৰ বাবে যদিও কাৰ্যত পৰিনত কৰিব পৰা নাই কাৰন যোৱা তিনি দিন ধৰি পাহাৰীয়া জিলাখনত পুনৰ নেৰা নেপেৰা বৰষুনৰ ফলত পাহাৰীয়া নৈৰ জলপ্ৰপাত বৃদ্ধি পাইছে ৷
বহুতোভুমিস্খলনৰ ফলত কেবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে যান বাহনো ধ্বংস হয় ৷
উল্লেখযোগ্য যে পাহাৰীয়া ৰাজ্য খনৰ ৰাজধানী ইটানগৰতো এই মাহতোৰ ভিতৰত কেবাঠাইতো ভয়াবহ ভূমিস্খলন হৈ যান বাহন ধ্বংস হৈছে ৷আনহাতে নাহৰলগুনৰ পৰা ৰেল ষ্টেচনৰ সংযোগী পথতো ভুমিস্খলনৰ ফলত যোগাযোগ বিচ্চিন্ন হৈ পৰে ৷
Conclusion:এতিয়া প্ৰশ্ন হয় , ভালুকপং-চাৰিদুৱাৰ -টাৱাং সংযোগী অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাজেৰে যোৱা পথটো টাৱাং জিলাৰ স্পৰ্সকাতৰ চীন সীমান্তবৰ্তী , ভাৰতীয় সেনাৰ লগতে দেশৰ আগশাৰীৰ সুৰক্ষাকৰ্মীৰ যোগাযোগৰ মূল পথটো ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে কি পদক্ষেপৰে যোগাযোগৰ মজবুট কৰি তুলিব ৷
Pranab kumar Das
Tezpur
30/7/19