অসম

assam

নলবাৰী মহাবিদ্যালয়ৰ গেটত কেব বিৰোধী পোষ্টাৰ

By

Published : Dec 8, 2019, 9:22 AM IST

নিশা পোষ্টাৰিঙক লৈ নলবাৰীত সৃষ্টি হয় চাঞ্চল্য ৷ নলবাৰী মহাবিদ্যালয়ৰ গেটত নিশা কোনো প্ৰতিবাদকাৰীয়ে ওলোমাই মন্ত্ৰী ফণীভূষণ চৌধুৰী, অতুল বৰাৰ লগতে কেশৱ মহন্তৰ নামৰ পোষ্টাৰ ৷

Nalbari College posters against CAB
নলবাৰী মহাবিদ্যালয়ৰ গেটত কেব বিৰোধী পোষ্টাৰ

নলবাৰী, 8 নৱেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তপ্ত অসমৰ শেহতীয়া পৰিস্থিতি ৷ চৌদিশে কেৱল কেব বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে নিশা পোষ্টাৰিঙক লৈ নলবাৰীত সৃষ্টি হয় চাঞ্চল্য ৷ নলবাৰী মহাবিদ্যালয়ৰ গেটত শনিবাৰে নিশা কোনো প্ৰতিবাদকাৰীয়ে ওলোমাই মন্ত্ৰী ফণীভূষণ চৌধুৰী, অতুল বৰাৰ লগতে কেশৱ মহন্তৰ নামত কেইবাখনো কেব বিৰোধী পোষ্টাৰ ৷

নলবাৰী মহাবিদ্যালয়ৰ গেটত কেব বিৰোধী পোষ্টাৰ

ABOUT THE AUTHOR

...view details