অসম

assam

Jihadi in Nagaon : জেহাদীৰ সন্দেহত নগাঁৱত এজনক আটক

By

Published : Nov 22, 2022, 1:25 PM IST

Jihadi in Nagaon

নগাঁৱৰ জুৰীয়াত জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Mission against Jihadi in Nagaon)৷ আবু বাচাৰ নামৰ এজন ব্যক্তিক আটক নগাঁও আৰক্ষীৰ ৷

  • নগাঁৱৰ জুৰীয়াত জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Mission against Jihadi in Nagaon)
  • আবু বাচাৰ নামৰ এজন ব্যক্তিক আটক নগাঁও আৰক্ষীৰ(Suspicious Jihadi detained in Nagaon)
  • পূৰ্বেও ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই জেৰা কৰিছিল আবুক
  • লক্ষ্ণৌৰ মাদ্ৰাছাত অধ্যয়ণ কৰিছিল আবুয়ে
  • নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল অভিযান
  • ধৃত আবু বাচাৰ আনছাৰুল্লাহ বাংলা টীমৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ(Ansarullah Bangla Team)
    জেহাদীৰ সন্দেহত নগাঁৱত এজনক আটক

ABOUT THE AUTHOR

...view details