অসম

assam

গেৰাখোৱাত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা

By

Published : Feb 22, 2021, 7:15 AM IST

মৰিগাঁৱত গেৰাখোৱা যুৱক সংঘৰ উদ্যোগত দেওবাৰে এদিনীয়া দিবা-নৈশ আমন্ত্ৰণ মূলক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই ভলিবল প্ৰতিযোগিতা খন উদ্ধোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

গেৰাখোৱাত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা
গেৰাখোৱাত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা

মৰিগাঁও, 22 ফেব্ৰুৱাৰীঃমৰিগাঁৱৰ গেৰাখোৱা যুৱক সংঘৰ উদ্যোগত গেৰাখোৱা স্কুল খেলপথাৰত দেওবাৰে এদিনীয়া দিবা-নৈশ আমন্ত্ৰণ মূলক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ এই ভলিবল প্ৰতিযোগিতা খন উদ্ধোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

গেৰাখোৱাত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা

প্ৰত্যেক বছৰৰ দৰে এই বছৰো মৰিগাঁৱৰ গেৰাখোৱাত অনুষ্ঠিত কৰা হয় সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা ৷ উল্লেখ্য যে, ৰাজ্যৰ বহুকেইটা আগশাৰী ভলীবল দলে এই ভলিবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

গেৰাখোৱাত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা

লগতে পঢ়কঃকুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা

ABOUT THE AUTHOR

...view details