অসম

assam

Majuli Ferry Accident: ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী, যাত্ৰীৰ মাজত হাহাকাৰ

By

Published : Nov 24, 2022, 9:57 AM IST

Updated : Nov 24, 2022, 10:43 AM IST

ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী, যাত্ৰীৰ মাজত হাহাকাৰ

কমলাবাৰী-নিমাতী যাত্ৰাবাহী ফেৰী দুৰ্ঘটনাগ্ৰস্ত ৷ SB বৈষ্ণৱী নামৰ যাত্ৰীবাহী ফেৰীখনে খুণ্ডিয়ালে পাৰ্কুপাইনত ৷ ফেৰীখনত আবদ্ধ 100 গৰাকীতকৈ অধিক যাত্ৰীৰ মাজত হাহাকাৰ ৷

  • কমলাবাৰী-নিমাতী যাত্ৰাবাহী ফেৰী দুৰ্ঘটনাগ্ৰস্ত
  • ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী, যাত্ৰীৰ মাজত হাহাকাৰ
  • SB বৈষ্ণৱী নামৰ যাত্ৰীবাহী ফেৰীখনে খুণ্ডিয়ালে পাৰ্কুপাইনত
  • ইয়াৰ পাছতে বিকল হৈ পৰা ফেৰীখন আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত
  • ফেৰীখনত আবদ্ধ 100 গৰাকীতকৈ অধিক যাত্ৰীৰ মাজত হাহাকাৰ
  • ফেৰীখনত আছে তিনিখন চাৰিচকীয়া বাহনকে ধৰি প্ৰায় ৩০ খন মটৰ চাইকেল
  • IWT ৰ তৎপৰতাত আন এখন ফেৰীৰ জড়িয়তে যাত্ৰীসকলক উদ্ধাৰ কৰি পাৰলৈ স্থানান্তৰ
  • বিকল ফেৰীখনক উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে উদ্ধাৰকাৰী নাও
  • এই কথা জনালে IWT ৰ বিষয়ববীয়াই
    ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী, যাত্ৰীৰ মাজত হাহাকাৰ
Last Updated :Nov 24, 2022, 10:43 AM IST

ABOUT THE AUTHOR

...view details