অসম

assam

Assam Grade 3 Result 2022 : তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ কাট অফ মাৰ্ক প্ৰকাশ

By

Published : Nov 6, 2022, 4:57 PM IST

প্ৰকাশ পালে ৰাজ্যৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল(Assam Direct Recruitment Grade 3 Result 2022) । sebaonline.orgত উপলব্ধ হৈছে ফলাফল । ১১ বজাৰ লগে লগে ছেবাই অনলাইযোগে ঘোষণা কৰে ১৩,৩০০ পদৰ বাবে হোৱা লিখিত পৰীক্ষাৰ ফলাফল ।

Assam Grade 3 Result 2022
তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত কাট অফ মাৰ্ক প্ৰকাশ

গুৱাহাটী, ৬ নৱেম্বৰ : তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত কাট অফ মাৰ্ক প্ৰকাশ পাইছে । জেনেৰেল শ্ৰেণীৰ কাকত-৩ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১২৩ আৰু বিজ্ঞান শাখাৰ ১১৮.৫ হৈছে কাট অফ মাৰ্ক । জেনেৰেল শ্ৰেণীৰ কাকত-৪ ত স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪৭ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১২৬ । মহিলাৰ বাবে সংৰক্ষিত আসনৰ বাবে কাকত ৩ৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১২.৫০ আৰু বিজ্ঞান শাখাৰ ১০৮ হৈছে কাট অফ মাৰ্ক(SLRC Assam Direct Recruitment Result) ।

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত কাট অফ মাৰ্ক প্ৰকাশ

একেদৰে কাকতৰ ৪ পৰীক্ষাত মহিলাৰ বাবে সংৰক্ষিত আসনৰ উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৩৪.৭৫ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১১৩.৭৫ । OBC/MOBCৰ কাকত ৩ৰ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১৭আৰু বিজ্ঞান শাখাৰ ১১১ হৈছে কাট অফ মাৰ্ক । আনহাতে OBC/MOBC কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪৩.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১১৩.৭৫ ।

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত কাট অফ মাৰ্ক প্ৰকাশ

OBC/MOBC ৰ মহিলাৰ সংৰক্ষিত আসনৰ বাবে কাকত ৩ৰ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১০৬.৫০ আৰু বিজ্ঞান শাখাৰ ১০০.৫০ হৈছে কাট অফ মাৰ্ক । OBC/MOBC কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১২৭ .৭৫ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১০৫ । অনুসূচীত জাতিৰ(SC) কাকত ৩ ৰ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১৫.৫০ আৰু বিজ্ঞান শাখাৰ ১০৫ হৈছে কাট অফ মাৰ্ক ।

কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪১.৭৫ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১০৮.৫০ । অনুসূচীত জনজাতি (ভৈয়াম)ৰ (STP) কাকত ৩ ৰ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১২.৫০ আৰু বিজ্ঞান শাখাৰ ১০২ হৈছে কাট অফ মাৰ্ক । কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৩৬.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১০৫ ।

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত কাট অফ মাৰ্ক প্ৰকাশ

অনুসূচীত জনজাতি (পাহাৰ) STHৰ কাকত ৩ৰ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ৯৩ আৰু বিজ্ঞান শাখাৰ ৮১ হৈছে কাট অফ মাৰ্ক । কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১২৯.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ৮৭.৫০ । EWS ৰ শ্ৰেণীৰ কাকত ৩ৰ পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১৫.৫০ আৰু বিজ্ঞান শাখাৰ ১১২.৫০ হৈছে কাট অফ মাৰ্ক ।

একেদৰে কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪৩.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকাসকলৰ কাট অফ মাৰ্ক হৈছে ১১২ । উল্লেখ্য যে প্ৰতিটো পদৰ বিপৰীতে তিনিজনকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে । লিখিত পৰীক্ষাত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ বাবে পৰৱৰ্তী সময়ত ৫ নম্বৰৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব । মৌখিক পৰীক্ষাৰ জৰিয়তে বাচনি কৰা প্ৰাৰ্থীসকলোক চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হ’ব(Assam grade 3 exam result) ।

লগতে পঢ়ক:Assam Grade 3 Result 2022 : আজি ঘোষণা হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

...view details