হোজাই,27 জুনঃহোজাই জিলাৰ কাকীত ধৰ্ষণৰ অভিযোগত আটক এজন শিক্ষক । কাকী আৰক্ষীয়ে আটক কৰে শিক্ষক সুকুমাৰ মাৰাকক । কাকী আৰক্ষী থানাত ৮২/২০২০ নম্বৰত শিক্ষকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।