অসম

assam

গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ

By

Published : Aug 26, 2022, 11:45 AM IST

গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ (Jihadi arrested in Goalpara)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুফতি হাফিজুল ৰহমানক। প্ৰথম অৱস্থাত আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছিল হাফিজুলক । সোধ-পোছৰ অন্ততঃ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে চতুৰ্থটো জেহাদীক ৷

One more Jihadi arrested in Goalpara
গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ

  • গোৱালপাৰাত পুনৰ গ্ৰেপ্তাৰ আন এটা জেহাদী (Jihadi arrested in Goalpara)
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জেহাদী মুফতি হাফিজুল ৰহমানক
  • প্ৰথম অৱস্থাত আৰক্ষীয়ে সোধোপাছৰ বাবে আটক কৰিছিল হাফিজুলক
  • সোধ-পোছৰ অন্ততঃ আজি গ্ৰেপ্তাৰ কৰে চতুৰ্থটো জেহাদীক
  • গ্ৰেপ্তাৰ হোৱা জেহাদীটো বঙাইগাঁও জিলাৰ কাবাইটাৰী মাদ্ৰাছাৰ শিক্ষক

ABOUT THE AUTHOR

...view details