অসম

assam

পুৱাই ১১ হাজাৰ ভল্টত বিদ্যুতৰ তাঁৰত লাগিল এখন ড্ৰাম্পাৰ

By

Published : Dec 17, 2020, 1:08 PM IST

বইটামাৰীত ৰেলপথ নিৰ্মাণৰ কামত ব্যৱহাৰ হৈ থকা এখন ডাম্পাৰ ড্ৰাইভাৰৰ অসাৱধানতাৰ বাবে ১১ হাজাৰ ভল্টত বিদ্যুতৰ তাঁৰত লাগি সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা ৷ ইয়াৰ ফলত ডাম্পাৰ খনত কাম কৰা এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন কৰ্মচাৰী গুৰুত্বৰ ভাৱে আহত হয় ৷

bongaigaon-dumper-electric-shok-one-death
পুৱাই ১১ হাজাৰ ভল্টত বিদ্যুতৰ তাঁৰত লাগিল এখন ড্ৰাম্পাৰ

বঙাইগাঁও, 17 ডিচেম্বৰ : বঙাইগাঁৱৰ বইটামাৰীত বৃহস্পতিবাৰে পুৱাই আকস্মিকবাৱে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । বইটামাৰীত ৰেলপথ নিৰ্মাণৰ কামত ব্যৱহাৰ হৈ থকা সময়ত AS 18C 7332 নম্বৰৰ এখন ডাম্পাৰ ড্ৰাইভাৰৰ অসাৱধানতাৰ বাবে ১১ হাজাৰ ভল্টত বিদ্যুতৰ তাঁৰত লাগি সংঘটিত হয় এই ঘটনা ৷

পুৱাই ১১ হাজাৰ ভল্টত বিদ্যুতৰ তাঁৰত লাগিল এখন ড্ৰাম্পাৰ

ইয়াৰ ফলত ডাম্পাৰ খনত কাম কৰা এজন কৰ্মচাৰী থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন কৰ্মচাৰী গুৰুত্বৰ ভাৱে আহত হয় ৷ নিহত লোকজনৰ নাম বিৰাজ ৰাভা আৰু আহত লোক জনৰ নাম বগা ৰাভা।

লগতে পঢ়ক:মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

...view details