অসম

assam

Road accident in Goreswar: গোৰেশ্বৰত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী যুৱতী

By

Published : Jan 2, 2023, 10:20 AM IST

গোৰেশ্বৰত পথ দুৰ্ঘটনা (Road Accident in Tamulpur) ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী যুৱতী ৷ এখন i-20 বাহনে গৈ থকা অৱস্থাত আন এখন টেম্পোক খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

Girls Injured in a road accident at Goreswar Tamulpur
গোৰেশ্বৰত পথ দুৰ্ঘটনা

  • গোৰেশ্বৰ কাউৰবাহা পথত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Goreswar)
  • এখনi-20বাহনে গৈ থকা এখন যাত্ৰীবাহী টেম্পোক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত টেম্পোখনত থকা দুগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়(Girl passenger injured in road accident in Goreswar)
  • সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ
  • দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰেi 20বাহনৰ চালকজন
  • চালকজনে মদ্যপান কৰি বাহন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
  • দুৰ্ঘটনাটোত এগৰাকী যুৱতীৰ এখন ভৰি সম্পূৰ্ণৰূপে ভাঙি যোৱা বুলি মন্তব্য কৰিলে স্থানীয় লোকে

ABOUT THE AUTHOR

...view details