অসম

assam

বিশ্বকাপ, ২০১৯ ত সৰ্বাধিক ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

By

Published : Jun 18, 2019, 7:28 PM IST

আফগানিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত ইংলেণ্ডে ৩৯৭ ৰাণ সংগ্ৰহ কৰাৰ পাছতে ২০১৯ বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হয় ইংলেণ্ড ।

সৰ্বাধিক ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

নিউজ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হৈছে আয়োজক দল ইংলেণ্ড । মঙলবাৰে আফগানিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত মেচত ইংলেণ্ড ৩৯৭ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছতে এইবাৰ বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হয় ইংলেণ্ড । ইয়াৰ পূৰ্বেও বাংলাদেশৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল ৩৮৬ ৰাণ ।

সৰ্বাধিক ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

ইংলেণ্ডৰ হৈ অধিনায়ক ইয়ন মৰ্গানে মাত্ৰ ৭১ টা বলতে ১৪৮ ৰাণৰ বিস্ফোৰক ইনিংছ খেলাৰ লগতে জনী বেয়াৰষ্ট'য়ে ৯০ ৰাণ আৰু জ' ৰুটে ৮৮ ৰাণ কৰে ।

ENGLAND REGISTERS HIGHEST SCORE IN CWC'19

বিশ্বকাপ, ২০১৯ : ইংলেণ্ডৰ সৰ্বাধিক ৰাণ সংগ্ৰহ

নিউজ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হৈছে আয়োজক দল ইংলেণ্ড । মঙলবাৰে আফগানিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত মেচত ৩৯৭ ৰাণ কৰাৰ পাছতে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী দল হিচাপে পৰিগণিত হয় ইংলেণ্ড । ইয়াৰ পূৰ্বেও বাংলাদেশৰ বিৰুদ্ধে দলটোৱে সংগ্ৰহ কৰিছিল ৩৮৬ ৰাণ ।

ইংলেণ্ডৰ হৈ অধিনায়ক ইয়ন মৰ্গানে মাত্ৰ ৭১ টা বলতে ১৪৮ ৰাণৰ বিস্ফোৰক ইনিংছ খেলাৰ লগতে জনী বেয়াৰষ্ট'য়ে ৯০ ৰাণ আৰু জ' ৰুটে ৮৮ ৰাণ কৰে ।

ABOUT THE AUTHOR

...view details