অসম

assam

টিকটক নিষিদ্ধ কৰাৰ বাবে ডেভিড ওৱাৰ্নাৰক ব্যংগত্মাক সমালোচনা অশ্চিনৰ

By

Published : Jun 30, 2020, 4:05 PM IST

অফ স্পাইনাৰ ৰবীচন্দ্ৰান অশ্চিনে অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিড ওৱাৰ্নাৰে ভাৰতত টিক্ টকৰ লগতে ৫৮ টা চীনা এপছ নিষিদ্ধ কৰাৰ বিষয়ত ব্যাংগত্মকভাবে মন্তব্য প্ৰদান কৰিছে । কোভিড-১৯ ৰ সময়ত খেলুৱৈ গৰাকী নিজেও টিকটকত ভিডিঅ বনাই ইনষ্ট্ৰাগ্ৰামত আপলোড কৰা দেখা গৈছিল । খেলুৱৈ গৰাকীয়ে টিকটকত নিজৰ পৰিয়ালৰ সৈতে বহুতো ভিডিঅ বনোৱা পৰিলক্ষিত হৈছিল ।

ashwin-takes-fun-dig-at-warner-as-india-bans-tiktok
ashwin-takes-fun-dig-at-warner-as-india-bans-tiktok

নিউজ ডেস্ক, ৩০ জুন :অফ স্পাইনাৰ ৰবীচন্দ্ৰান অশ্চিনে অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিড ওৱাৰ্নাৰে ভাৰতত টিক্ টকৰ লগতে ৫৮ টা চীনা এপছ নিষিদ্ধ কৰাৰ বিষয়ত ব্যাংগত্মকভাবে মন্তব্য প্ৰদান কৰিছে । ব্যক্তিজনক খেল পথাৰত এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা যায় । বগা চুলিৰে খেলুৱৈ গৰাকীয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰে ।

টিকটক নিষিদ্ধৰ বাবে অশ্চিনে অষ্ট্ৰেলিয়ান ডেভিড ওৱাৰ্নাৰক ব্যংগত্মাক সমালোচনা

উল্লেখ্য যে, কোভিড-১৯ ৰ সময়ত খেলুৱৈ গৰাকী নিজেও টিকটকত ভিডিঅ বনাই ইনষ্ট্ৰাগ্ৰামত আপলোড কৰা দেখা গৈছিল । খেলুৱৈ গৰাকীয়ে টিকটকত নিজৰ পৰিয়ালৰ সৈতে বহুতো ভিডিঅ বনোৱা পৰিলক্ষিত হৈছিল । আনকি বহু কেইটা ভাৰতীয় গীতত নৃত্য কৰা দেখা গৈছিল ।

সোমবাৰে ভাৰত চৰকাৰে এপছ সমূহ নিষিদ্ধ কৰাৰ পিচতে খেলুৱৈ গৰাকীক এটা টুইটত হ্ৰাস্যকৰভাবে বহুতো কথা লিখা দেখা পোৱা গৈছে ।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ তথ্য আৰু পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা মুঠ ৫৯ টা চাইনীজ এপক ভাৰতত নিষিদ্ধ ঘোষণা কৰিছে । নিষিদ্ধ কৰা এপছ সমূহ হ'ল- ১. টিকটক ২. শ্বেয়াৰইট ৩. কেৱাই ৪. য়ু চি ব্ৰাউজাৰ ৫. বাইদু মেপ ৬. শ্বেইন ৭. ক্লেচ অফ কিংছ ৮. ডি য়ু বেটাৰী চেভাৰ ৯. হেলো ১০. লাইকি ১১. য়ুকেম মেকআপ ১২. এম আই কমিউনিটি ১৩. চি এম ব্ৰাউজাৰ ১৪. ভাইৰাছ ক্লীনাৰ ১৫. এ পি য়ু এছ ব্ৰাউজাৰ ১৬. ৰোমৱে ১৭. ক্লাৱ ফেক্টৰী ১৮. নিউজ ড’গ ১৯. বিউটি প্লাছ ২০. উই চাট ২১. য়ু চি নিউজ ২২. কিউ কিউ মেইল . ২৩. ৱেইবো ২৪. জেণ্ডাৰ ২৫. কিউ কিউ মিউজিক ২৬. কিউ কিউ নিউজ ফিড ২৭. বিগো লাইভ ২৮. চেল্ফি চিটি ২৯. মেইল মাষ্টাৰ ৩০. পেৰেলেল স্পেচ ৩১. এম আই ভিডিঅ’ কল ৩২. উই চিনচ ৩৩. ই এছ ফাইল এক্সপ্লোৰাৰ ৩৪. ভিভা ভিডিঅ’ ৩৫. মেইটু ৩৬. ভিগো ভিডিঅ’ ৩৭. নিউ ভিডিঅ’ ষ্টেটাছ ৩৮. ডি য়ু ৰেকৰ্ডাৰ . ৩৯. ভল্ট-হাইদ ৪০. কাচ্চে ক্লীণাৰ ডি য়ু এপ ষ্টুডিঅ’ ৪১. ডি য়ু ক্লীণাৰ ৪২. ডি য়ু ব্ৰাউজাৰ ৪৩. হাগো প্লে উইথ নিউ ফ্ৰেইণ্ডছ ৪৪. কেম স্কেনাৰ ৪৫. ক্লীণ মাষ্টাৰ ৪৬. ৱোণ্ডাৰ কেমেৰা ৪৭. ফটো ৱাণ্ডাৰ ৪৮. কিউ কিউ প্লেয়াৰ ৪৯. উই মিট ৫০. চুইট চেল্ফি ৫১. বাইদু ট্ৰেনচলেট ৫২. ভিমেট ৫৩. কিউ কিউ ইণ্টাৰনেশ্যনেল ৫৪. কিউ কিউ চিকুৰিটি চেণ্টাৰ ৫৫. কিউ কিউ লঞ্চাৰ ৫৬. য়ু ভিডিঅ’ ৫৭. ভি ফ্লাই ষ্টেটাছ ভিডিঅ’ ৫৮. মোবাইল লিজেণ্ড ৫৯. ডি য়ু প্ৰাইভেছি ।

ABOUT THE AUTHOR

...view details