লংকাৰ ষ্টেচন পথত ভুৱা সোণৰ বিস্কুটসহ আটক দুজন

By

Published : Mar 21, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

লংকাৰ ষ্টেচন পথৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে ১৯ খন ভুৱা সোণৰ বিস্কুটসহ দুজন যুৱকক আটক কৰে(Two arrested with fake gold) ৷ আটকাধীন যুৱক দুজন লংকাৰ অৰুণ ভৌমিক(মনা) আৰু অৰ্জুন ভৌমিক বুলি জানিব পৰা হৈছে । ভুৱা সোণৰ বিস্কুটখিনি অৰুণ ভৌমিকে লংকা ৰেল ষ্টেচন পথত কাৰোবাক দিবলৈ অহাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে(Fake gold biscuits seized in Nagaon) ৷ আনহাতে অৰুণ ভৌমিকৰ লগত অহা আন দুজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় ।

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.