মন গ’লেই বিভিন্ন আন্তঃগাঁঠনিৰ দৰে কাজিৰঙা নিৰ্মাণ কৰিব নোৱাৰি : জয়ন্ত মল্ল বৰুৱা

By

Published : Sep 27, 2022, 5:27 PM IST

thumbnail

আজি বিশ্ব পৰ্যটন দিৱস (world tourism day 2022) ৷ আজি অৰ্থাৎ মঙলবাৰে কাজিৰঙাত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ অসম পৰ্যটন বিভাগৰ দ্বাৰা কাজিৰঙাত আয়োজিত এই বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী উপলক্ষে মঙলবাৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলি কৰে শোভাযাত্ৰাটি । শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দল, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । কাজিৰঙা পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে কিছু কৰিবলগীয়া আছে বুলি মন্তব্য ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আনকি মন গ’লেই বিভিন্ন আন্তঃগাঁঠনি তৈয়াৰ কৰিব পাৰি, কিন্তু কাজিৰঙাহে তৈয়াৰ কৰিব নোৱাৰি বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.