মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্রীয়ে

By

Published : Jul 1, 2021, 5:22 PM IST

thumbnail

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC examination) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (ASSAM HIGHER SECONDARY FINAL EXAM)ৰ ফলাফল ঘোষণা সন্দৰ্ভত মূল্যায়ন পদ্ধতি(Evaluation Method)ৰ বাবে গঠিত কমিটি দুখনৰ পৰামৰ্শ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । বৃহস্পতিবাৰে 31 জুলাইৰ ভিতৰত দুয়োটা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ছেবা(SEBA)ৰ কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranuj pegu) য়ে । এই ফলাফলক লৈ অসন্তুষ্ট হোৱা শিক্ষাৰ্থীৰ লগতে আন ইচ্ছুক শিক্ষাৰ্থীৰ বাবে পৃথকে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে এই বছৰৰ ক'ভিড পৰিস্থিতি(COVID SITUATION) উন্নত নহ’লে 2022 বৰ্ষত হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.