হোজাই জিলা লংকা সাংবাদিক সন্থাৰ কাৰ্যালয়ত বিশ্বকৰ্মা পূজা উৎযাপন

By

Published : Sep 17, 2022, 4:19 PM IST

thumbnail

আজি ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলা লংকা সাংবাদিক সন্থাৰ কাৰ্যালয়ত (Lanka Journalists Association Office) উলহ মালহেৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা (Vishwakarma Puja celebrated in Hojai) ৷ এই পূজাখনত অসমৰ প্ৰত্যেকটো সংবাদংমাধ্যমৰ লগত জড়িত লংকাৰ সংবাদ কৰ্মীসকল উপস্থিত থাকি বিশ্বকৰ্মাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাই সকলোৰে মংগল প্ৰাৰ্থনা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.