বাঁহীৰ সুৰেৰে মৃত সৈনিক পিতৃলৈ শ্ৰদ্ধাঞ্জলি জীয়াৰীৰ

By

Published : Aug 16, 2022, 8:29 AM IST

thumbnail

স্বাধীনতা দিৱসৰ এক হৃদয়স্পৰ্শী দৃশ্য ৷ এগৰাকী শ্বহীদ সৈনিকৰ কন্যাই পিতৃৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিলে বাঁহীৰ সুৰেৰে ৷ এই দৃশ্য কৰ্ণাটকৰ ইয়ালন্দুৰ তালুকৰ মালাৰাপালিয়াৰ ৷ শ্বহীদ সৈনিক নবীনৰ স্মৃতিসৌধত তেওঁৰ ৯ বছৰীয়া জীয়াৰী হানিয়ে (Daughter playing national anthem on flute) পিতৃৰ স্মৃতিসৌধত বাঁহীত জাতীয় সংগীতৰ সুৰ তুলি উদযাপন কৰিলে স্বাধীনতা দিৱস(Daughter celebrated Independence Day by playing national anthem on flute) । হানিৰ মাতৃ তথা মৃত নবীনৰ পত্নী ভব্যয়ো জীয়াৰীৰ সৈতে এনেদৰে উদযাপন কৰিলে স্বাধীনতা দিৱস । নবীনৰ পৰিয়ালটোৱে প্ৰতিবছৰে এনেদৰেই উদযাপন কৰে স্বাধীনতা দিৱস ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.