ATM ত চুৰিকাণ্ড: লুটি নিলে ১৩ লক্ষাধিক টকা

By

Published : Jun 24, 2022, 1:26 PM IST

thumbnail

নাৰায়ণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভোগপুৰৰ SBI ATMত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড(Theft took place on Thursday night at SBI ATM) । ATM ৰ দুৱাৰ কাটি চোৰে লুটি নিলে প্ৰায় ১৩ লক্ষাধিক টকা । বৰ্তমান জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.