পহিলা ব'হাগৰ দিনটোতে মৰাণত ধুমুহাৰ তাণ্ডৱ

By

Published : Apr 15, 2022, 10:14 PM IST

thumbnail

পহিলা ব'হাগৰ দিনটোতে মৰাণত ধুমুহাৰ তাণ্ডৱ । দুটা বছৰ ক'ভিড পৰিস্থিতিৰ পাছত পুনৰ ৰাইজে এই বিহু উদযাপনৰ কৰিবলৈ কঁকালত টঙালি  বান্ধিছিল যদিও পহিলা ব'হাগৰ  আবেলি অহা এজাক  প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি  কৰিলে মৰাণত । কেইটামান মুহূৰ্তৰ বাবে মৰাণত  সৃষ্টি হোৱা এই ধুমুহা বৰষুণৰ বাবে মৰাণৰ  বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰা পৰিলক্ষিত হয় । আনকি মৰাণত থকা মন্ত্ৰী যোগেন মহনৰ গৃহ লৈ যোৱা পথত প্ৰকাণ্ড গছ উভালি পৰাত এতিয়া যোগাযোগ  বিচ্ছিন্ন হৈ পৰা পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.