গাভৰুৰ বুকুত এজাক কিশোৰৰ ধেমালি

By

Published : Jun 12, 2022, 5:59 PM IST

Updated : Jun 12, 2022, 6:12 PM IST

thumbnail

ৰঙাপৰাত ভৰা গাভৰু নদীৰ বুকুত এজাক কিশোৰৰ ধেমালি (Teenager's childhood fun in the River Gavru) ৷ এই দৃশ্য দেখি আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব পাৰে, কিন্তু নৈৰ কাষতে ডাঙৰ দীঘল হোৱা, নৈৰ বুকুতে উমলি শৈশৱ ৰঙীণ কৰা এই কিশোৰকেইটাৰ বাবে নদীখন অতিকৈ আপোন (Shocking viral video) ৷ চাওঁ আহক ফুলগুৰি গাঁও পঞ্চায়ত এলেকাৰ ১ নং বাহুমাৰী গাঁৱৰ গাভৰু নদীত জলকেলি খেলি থকা এজাক কিশোৰৰ এই মনোমহা দৃশ্য...

Last Updated : Jun 12, 2022, 6:12 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.