Prabin Boro Resign BPF: হাগ্ৰামাৰ সংগ এৰি বিপিএফ ত্যাগ প্ৰবীণ বড়োৰ

By

Published : Jun 6, 2022, 4:58 PM IST

thumbnail

বিপিএফত খহনীয়া । বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰৱীণ বড়োৰ বিপিএফ ত্যাগ (Pravin Boro left BPF)। ২০০৯ চনৰ পৰা সক্ৰিয় সদস্য হিচাপে আছিল বিপিএফত । পদত্যাগৰ কথা সংবাদ মাধ্যমযোগে সদৰি কৰিলে প্ৰৱীণ বড়োৱে । সম্পূৰ্ণ ব্যক্তিগত কাৰণত দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ প্ৰৱীণ বড়োৰ । বিপিএফৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীলৈ পত্ৰ লিখি দলত্যাগৰ কথা জনালে প্ৰৱীণ বড়োৱে (Pravin Boro resigns from BPF) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.