গাড্ডাৰৰ হিচাপটো কংগ্ৰেছে কেনেকে উলিয়াব মই নাজানো: পীযুষ হাজৰিকা

By

Published : Sep 16, 2022, 9:29 PM IST

thumbnail

পুনৰ চৰ্চালৈ আহিছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ (Presidential election 2022) পুৰণি প্ৰসংগ । ৰাষ্ট্ৰপতি নিৰ্বাচনত দলৰ বিৰুদ্ধে গৈ শাসকীয় দলৰ প্ৰাৰ্থীক ভোট দিয়া সকলক চিনাক্ত কৰাৰ বাবে গুৱাহাটীলৈ আহিছে কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা । ইয়াৰ লগে লগে চৰ্চিত হৈছে কংগ্ৰেছৰ গাড্ডাৰ কোন (Who is Gaddar in Congress) ? এই সন্দৰ্ভত শুকুৰবাৰে সংবাদমাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (pijush hazarika criticised congress) । এই গাড্ডাৰৰ হিচাপটো কংগ্ৰেছে কেনেকৈ উলিয়াব তেওঁ নাজানে বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷ লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ প্ৰায়খিনি ভোটেই বিজেপিয়ে লাভ কৰিছিল বুলিও উল্লেখ কৰে ৷ কংগ্ৰেছৰ সেইবোৰক লৈ কোনো গুৰুত্ব নাই বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে এতিয়া ৰাইজৰ হৈ কাম নকৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.