নগাঁৱত কংগ্ৰেছ শক্তিশালী কৰাত গুৰুত্ব প্ৰদ্যুৎ বৰদলৈৰ

By

Published : Dec 15, 2020, 10:47 PM IST

thumbnail

নগঞা হিচাপে গৌৰৱ অনুভৱ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। বিগত বিধানসভা নিৰ্বাচনত নগাঁৱত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰা কংগ্ৰেছক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বিটিএ ডিত কংগ্ৰেছ এআই ইউডি এফৰ মিত্ৰতা আছিল পৰীক্ষামূলক । বি টি এ ডিৰ পৰীক্ষাত কিয় ফেইল মাৰিলে কংগ্ৰেছে। আগন্তক বিধানসভা নিৰ্বাচনত কি ৰণনীতি হব কংগ্ৰেছৰ । আঞ্চলিক দলৰে কংগ্ৰেছৰ মিত্ৰতা আদি সকলো সামৰি সৈতে ই টি ভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ প্ৰদ্যুৎ বৰদলৈ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.