Azadi ka Amrit Mahotsav: স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নগাঁও আৰক্ষীৰ বিশাল ৰেলী

By

Published : Aug 12, 2022, 6:19 PM IST

thumbnail

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নগাঁও আৰক্ষীৰ বিশাল ৰেলী(Azadi ka Amrit Mahotsav) । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা ৰেলীত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে নগাঁও আৰক্ষীৰ বিষয়া-জোৱানসকলে(Massive rally in Nagaon) । নগাঁও আৰক্ষীৰ যান-বাহন আৰক্ষীৰ লগতে নৱম আৰক্ষী বেটেলিয়ানেও অংশগ্ৰহণ কৰে ৰেলীত । হাতে হাতে ত্ৰিৰংগা লৈ উলিওৱা ৰেলীয়ে এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে সমগ্ৰ নগাঁও চহৰত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.