জীৱৰ মমতা : নদীৰ বুকুৰ পৰা কণমানি হাতী পোৱালিক উদ্ধাৰ কৰিলে মাতৃয়ে

By

Published : Sep 28, 2022, 6:33 PM IST

thumbnail

মাতৃ স্নেহ পৃথিৱীৰ সবাতোতকৈ শ্ৰেষ্ঠ ৷ মাতৃয়ে যিকোনো পৰিস্থিতিতে নিজৰ সন্তানক কেনেকৈ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে, তাৰে যেন এক উদাহৰণ দিলে এজনী বনৰীয়া হাতীয়ে । ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ গাভৰু নদীৰ । মঙলবাৰে এটা হাতীৰ জাকৰ পৰা ফালৰি কাটি এটা কণমানি হাতী পোৱালি সোমাই পৰিল গাভৰু নদীৰ বুকুত ৷ পৰৱৰ্তী সময়ত পোৱালিটো উদ্ধাৰ কৰিবলৈ মাতৃ হাতীজনীয়ে পানীত সোমাই পোৱালীটোক ৰক্ষা কৰে (Mother elephant rescues elephant calf at Gabharu River) ৷ এই সকলো দৃশ্য বন্দী হৈ ৰ’ল অঞ্চলটোৰ একাংশ লোকৰ কেমেৰাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.