Flood camp in School: গ্ৰীষ্ম বন্ধ খোলাৰ পাছতো বঙাইগাঁৱৰ এখন বিদ্যালয়ত পাঠদান বন্ধ

By

Published : Jul 31, 2022, 2:05 PM IST

thumbnail

২৫ জুলাইত ৰাজ্যৰ বিদ্যালয়সমুহৰ গৰমৰ বন্ধ শেষ হৈছে (Summer vacation end in Assam) । প্ৰতিটো প্ৰান্ততে বিদ্যালয়সমুহ খুলি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব যদিও বঙাইগাঁও জিলাৰ ৩ নং বাশবাৰীত পাঠদান কৰাতো বৰ্তমানো অসম্ভৱ । কিয়নো আই নৈৰ ভয়াৱহ খহনীয়াত (Aai river erosion) নিজৰ ঘৰবাৰী হেৰুৱাই ২ নং বাশবাৰীৰ বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰি আছে খহনীয়াগ্ৰস্ত ৰাইজে(Erosion in Bongaigaon) । বৰ্তমান খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ নিৰ্মাণৰ বাবে নাই ভূমি । যাৰবাবে তেওলোকে এতিয়াও আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া হৈছে । সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি পুনৰ সংস্থাপন কৰিবলৈ অনুৰোধ জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.