ভূপেন হাজৰিকাৰ বাসগৃহ সন্দৰ্ভত মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Sep 8, 2022, 10:07 PM IST

thumbnail

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মদিন ৷ জন্মদিন উপলক্ষে কলিয়াবৰত উপস্থিত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷ কলিয়াবৰৰ কুঠৰীত থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বাসগৃহ সন্দৰ্ভত মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ (Health Minister Keshav Mahanta)। সুধাকন্ঠগৰাকীৰ বাসগৃহত উদযাপিত নহ'ল তেওঁৰ ওপজা দিন । আইনী প্ৰক্ৰিয়াৰ বাধাৰ বাবেই সম্পূৰ্ণ নহ'ল কলিয়াবৰীয়া ৰাইজৰ সপোন । আনহাতে সুধাকন্ঠৰ পূৰ্বৰ ঘৰ ৰখীয়া সুৰেন নেওগে বন্তি প্ৰজ্বলন কৰি সুধাকন্ঠৰ আৱক্ষ মূৰ্তিত জনালে শ্ৰদ্ধাঞ্জলি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.