PFI ৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Sep 27, 2022, 1:40 PM IST

thumbnail

ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান (Raids against PFI)। অসমতো অব্যাহত আছে ব্যাপক অভিযান (NIA ED conduct raids against PFI) । অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে । সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলাকে ধৰি ২4 জন PFI ৰ নেতা-সদস্য (PFI leaders arrested Across all Assam)। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পি এপ আইৰ বিৰুদ্ধে অভিযান চলায় ইতিমধ্যে ২৪ জন পি এফ আইৰ সদস্য গ্ৰেপ্তাৰ কৰা হৈছে । এই অভিযান চলি আছে আৰু চলি থাকিব বুলি মন্তব্য় মুখ্যমন্ত্ৰীৰ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.