Landslide in Dima hasao : ভূমিস্খলনৰ ফলত পুৱাৰে পৰা বন্ধ হাফলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : May 27, 2022, 8:06 PM IST

thumbnail

ডিমা হাছাও জিলাত অব্যাহত আছে প্ৰকৃতিৰ ধংশলীলা (Dima Hasao still battling floods and landslides)৷ শুক্ৰবাৰ পুৱাই জিলাখনৰ হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা (Landslide in Dima hasao) ৷ যাৰ ফলত পুৱা প্ৰায় 5 বজাৰ পৰাই বন্ধ হৈ পৰে এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ আনকি পথৰ দুয়োকাষে আবদ্ধ হৈ পৰে বহু যান-বাহন ৷ অৱশ্যে বহু সময়ৰ অন্ততহে পথচোৱা সুচল কৰি তুলিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ কৰ্মী উঠি পৰি লগা বুলি বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.